How to applyinformation

HS 1st Year Online Admission 2026 (Assam) – Darpan Portal ত সম্পূৰ্ণ গাইড

WhatsApp Group Join Now
Telegram Group Join Now

HS 1st Year Online Admission – যদি আপুনি এইবাৰ HSLC পৰীক্ষা পাছ কৰিছে আৰু ভাবি আছে যে ১১শ শ্ৰেণীত কেনেকৈ ভর্তি ল’ব, তেন্তে এই articleটো আপোনাৰ বাবে। Assam ত HS 1st Year admission এতিয়া সম্পূৰ্ণ online হৈ গৈছে, আৰু এই কামৰ বাবে ব্যৱহাৰ কৰা হয় Darpan Portal। প্ৰথমবাৰ online form fill up কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অলপ confuse লাগিব পাৰে, কিন্তু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।

এই guideটোত মই আপুনাক step-by-step সহজ ভাষাত বুজাই দিম কেনেকৈ Assam HS 1st Year Admission 2026 apply কৰিব, কি কি documents লাগিব, important dates কি, আৰু কি ভুলবোৰ এৰাই চলিব লাগে। যদি আপুনি ধ্যান দি follow কৰে, তেন্তে সহজে admission পাব পাৰিব।

Assam HS Admission 2026 – Overview

তলত এটা simple table দিয়া হৈছে যাতে আপুনি সকলো basic তথ্য একেবাৰে সহজে বুজি পাব:

DetailsInformation
Course NameHS 1st Year (Class 11)
BoardAssam State School Education Board (ASSEB), Division II
Session2026–2027
Application ModeOnline
Portal NameDarpan Portal
Apply Start Date12 April 2026
Last Date22 April 2026
Official Websiteahsec.assam.gov.in

Darpan Portal কি?

সহজ ভাষাত ক’বলৈ গ’লে, Darpan Portal হৈছে এটা online admission system য’ত আপুনি একেটা formৰ জৰিয়তে বহুতবোৰ school বা collegeত apply কৰিব পাৰে।

আগতে কি হৈছিল? প্ৰতিটো collegeলৈ গৈ form ভৰ্তি কৰিব লাগিছিল। কিন্তু এতিয়া ঘৰতে বহি mobile বা computerৰ পৰা apply কৰিব পাৰি।

Assam HS 1st Year Admission 2026 কেনেকৈ Apply কৰিব?

যদি আপুনি প্ৰথমবাৰ apply কৰিছে, তেন্তে এই stepsবোৰ ধ্যান দি follow কৰক:

Step-by-Step Process

  1. প্ৰথমে official Darpan Portal খুলিব
  2. “Register” বুটামত click কৰি নতুন account create কৰিব
  3. নিজৰ নাম, DOB, mobile number আৰু education details ভৰ্তি কৰিব
  4. Passport size photo আৰু HSLC marksheet upload কৰিব
  5. 4 digit PIN set কৰিব (এইটো মনত ৰাখিব)
  6. পুনৰ login কৰিব
  7. নিজৰ পছন্দৰ stream (Arts/Science/Commerce) আৰু college বাছনি কৰিব
  8. আপুনি maximum 5টা institution select কৰিব পাৰে
  9. শেষত submit কৰি formটো save বা print কৰি ৰাখিব

👉 যদি আপুনি প্ৰথমবাৰ কৰিছে, তেন্তে ধীৰে ধীৰে fill up কৰক। ভুল কৰিলে পাছত problem হ’ব পাৰে।

Required Documents (কি কি লাগিব)

Apply কৰাৰ আগতে এই documentsবোৰ ready ৰাখক:

  • Passport size photo (recent)
  • HSLC Marksheet
  • Caste Certificate (যদি applicable)
  • Disability Certificate (যদি থাকে)
  • TGL / Ex-TGL Certificate (যদি লাগে)
  • Gap Certificate (যদি year gap থাকে)

👉 সকলো file JPG/JPEG/PNG formatত আৰু 1MBৰ ভিতৰত ৰাখিব লাগিব।

Important Dates – মনত ৰাখিব লাগিব

  • Apply Start: 12 April 2026
  • Last Date: 22 April 2026
  • Merit List Publish: 25 April 2026
  • Admission Accept: 25 – 27 April 2026
  • Final Admission: 8 May 2026 লৈ

👉 একেবাৰে শেষ দিনলৈ wait নকৰিব। Server slow বা error আহিব পাৰে।

Merit List কেনেকৈ Check কৰিব?

Apply কৰাৰ পিছত আটাইতকৈ important হৈছে merit list check কৰা।

Steps:

  1. Darpan Portalত login কৰক
  2. Dashboard খুলিব
  3. “Application Submitted” optionত click কৰক
  4. আপুনি যি collegeবোৰত apply কৰিছে, সেইবোৰ দেখুৱাব
  5. যদি select হৈছে, তেন্তে “Accept Admission” button থাকিব

👉 মনত ৰাখিব: সময়মতে accept নকৰিলে আপোনাৰ seat cancel হৈ যাব পাৰে।

Common Mistakes to Avoid

এইবোৰ ভুল বহুত students কৰে, আপুনি এইবোৰ এৰাই চলিব:

  • ❌ ভুল mobile number দিয়া
  • ❌ Documents blur বা unclear upload কৰা
  • ❌ PIN পাহৰি যোৱা
  • ❌ Last dateলৈ wait কৰা
  • ❌ College selection randomly কৰা

👉 একেবাৰে important: যি collegeত যাব বিচাৰে, সেইটো প্ৰথমে preferenceত ৰাখিব।

Helpful Tips (Pro Tips)

এই tipsবোৰ follow কৰিলে আপোনাৰ chance বেছি হব:

  • ✔️ HSLC marks অনুযায়ী realistic college বাছনি কৰক
  • ✔️ 5টা option সম্পূৰ্ণ use কৰক
  • ✔️ Daily portal check কৰক updateৰ বাবে
  • ✔️ Internet stable থকা সময়ত apply কৰক
  • ✔️ Form submit কৰাৰ আগতে সকলো detail check কৰক

👉 যদি আপুনি unsure হৈছে, তেন্তে ঘৰত ডাঙৰ বা শিক্ষকক সুধিব পাৰে।

Important Web links

HS 1st Year Online AdmissionClick Here
Check HSLC ResultsClick Here
Admission NotificationClick Here
Official WebsiteClick Here

Final Advice

HS 1st Year admission এটা important step আপোনাৰ futureৰ বাবে। গতিকে hurry নকৰি, কিন্তু carelessো নহ’ব। সকলো information ঠিকঠাক দি apply কৰক।

যদি আপুনি প্ৰথমবাৰ online admission কৰি আছে, তেন্তে অলপ time লওক, কিন্তু সঠিকভাৱে কৰক। এবাৰ form submit কৰিলে পাছত correction কৰাৰ সুযোগ কম থাকে।

Manuj Saikia

My name is Manuj Saikia. I share simple and useful guides related to government services on the edistrictassam.info website. My aim is to help people understand online services easily and get their work done on their own.

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button